আগলতি কলাপাত
লৰে কি চৰে
চিলনী
আই তোৰ
আগতে
পৰে
ফাগুণী
হায়
আই তোৰ নায়
আগলি
পাততে কাউৰী পৰে
আগলি
পাততে কাউৰী পৰে
নেখাবি
নেখাবি সজাতি কাউৰী
নেখাবি
নেখাবি সজাতি কাউৰী
কলিজাই
আমনি কৰে
নেবান্ধো
নেবান্ধো মুকলি চুলি
নিপিন্ধো
নিপিন্ধো সোণৰ কাণ ফুলি
বুকু
তোৰ হম হম কিয়নো
কৰে
মনে তোৰ অমংগল কিয়নো
ধৰে
আগলতি
কলাপাত লৰে কি চৰে
বন্ধো
সঁজাতে তোক
আয়েৰক
মনতে পৰে
আই তোৰ আয়েৰক মনতে
পৰে
এধানি
হিয়াতে তোক
দুখেই
যে উচলি পৰে
আই তোৰ দূখে যে
উচলি পৰে
আই তোৰ দূখে যে
উচলি পৰে
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.