Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

জোনাকী পৰুৱাৰ পোহৰ পোহৰে

জোনাকী পৰুৱাৰ পোহৰ পোহৰে;
প্ৰতিভা বৰুৱাই অকলে আগুৱাই।

এখুজি দুখুজি,
লাজুকী গতিৰে
হৰিণী লেখিয়া,
থমকি কিয় ৰয়?

সিফালৰ পৰা সৌ
দিগন্ত ওলালে
প্ৰতিভাই আৱেগত
সাবটি ধৰিলে,
লাজতে মৰহি যায়।

প্ৰতিভা বৰুৱাই, আমালৈতো নাচায়
বন্ধু বʼলাঁ যাঁ, আপোন ঘৰলৈ
কি হʼব গীটাৰ বজাই।

অʼ জো
নাকী পৰুৱাৰ
পোহৰে পোহৰে
দিগন্ত প্ৰতিভা
ৰঙতে আগুৱায়।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.