মায়াময়
ৰূপালী
জোনাক
ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই
পামনে তোমাক
কাৱেৰীৰ পাৰে পাৰে
গংগাৰ তিৰে তিৰে
জীৱনৰ পথে পথে
বৰশা শৰততে
যাত্ৰা বিচৰাৰে
তোমাকেই বিচৰাৰে হায়
মায়াময় ৰূপালী জোনাক
ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই
পামনে তোমাক
তুমি অজানা মোৰে
সুগভীৰ সুষমাৰে
তুমিয়ে জানো শান্তি
প্ৰাণৰ আতৰে ক্লান্তি
মই যুগ তৃষাতুৰে
মৰুভুৰ হাহাকৰ লৈ
মায়াময় ৰূপালী জোনাক
ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই
পামনে তোমাক
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.