Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

সাগৰিকা কিনো কলা

সাগৰিকা কিনো কলা
মনে মনে কিনো দিলা
উচুপি আহি মৰমতে
কি মৰম সানি দিলা
সাগৰিকা আআআআআআআআআ

যদি তুমি
নিৰলে থাকি
সাঁচি ৰখা
হিয়াৰ অলেখ অযুত মৰম দিয়া ধালি

যদি তুমি
নিৰলে থাকি
সাঁচি ৰখা
হিয়াৰ অলেখ অযুত মৰম দিয়া ধালি

মন মোৰ বিয়াকুল
ভাবি নেপাঁও কুল
তুমি নিবিড় নীৰব নিশাতে নেমাতি গলা আআআআআ
সাগৰিকা কিনো কলা
মনে মনে কিনো দিলা
উচুপি আহি মৰমতে
কি মৰম সানি দিলা
সাগৰিকা আআআআআআআআআ

মেঘ কলা
চুলি মেলি
যেন আহিলা
তুমি আউলী বাউলী মেঘৰ দৰে খেলি
মেঘ কলা
চুলি মেলি
যেন আহিলা
তুমি আউলী বাউলী মেঘৰ দৰে খেলি

মন মোৰ
কিযে হল
দোমোজাত পৰি ৰল
তুমি নেজানি নেভাবি নুবুজি
কিযে যাচিলা
সাগৰিকা
কিনো কলা
মনে মনে কিনো দিলা
উচুপি আহি মৰমতে
কি মৰম সানি দিলা

সাগৰিকা আআআআআআআআআ

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.