Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মোৰ মন কেতিয়াবা

মোৰ মন কেতিয়াবা
মোৰ মন কেতিয়াবা
চন্চল হয়
মন নিজৰাৰ গতি দুৰ্বাৰ হয়
আবেগৰ বা লাগি
আবেগৰ বা লাগি
উনমনা মনে মোৰ
আশাৰ পাপৰি চুমে
তাৰ চন্চল সমীৰণ
খোপাৰ কৰবী সৰে
উনমনা মনে মোৰ
আশাৰ পাপৰি চুমে
তাৰ চন্চল সমীৰণ
খোপাৰ কৰবী সৰে
যৌৱনা পৃথিৱীয়ে
যৌৱনা পৃথিৱীয়ে
আবেগৰ বা লাগি নাচে
আবেগৰ বা লাগি নাচে
মোৰ মন কেতিয়াবা
চন্চল হয়
মন নিজৰাৰ গতি দুৰ্বাৰ হয়
আবেগৰ বা লাগি

আবেগৰ বা লাগি

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.