Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

কিয়ো চকুয়ে চালা

কিয়ো চকুয়ে চালা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
কিয়ো চকুয়ে চালা

মোক যি দেখিলা তুমি
ভিতৰখন নাচাবা তুমি
মোক যি দেখিলা তুমি
ভিতৰখন নাচাবা তুমি
যোৱা বহাগৰে পৰা
মোৰ তোমাৰে ভৰা
যোৱা বহাগৰে পৰা
মোৰ তোমাৰে ভৰা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
কিয়ো চকুয়ে চালা

মই জ্বলো উমি উমি
নিজক লাগে তুমি তুমি
মই জ্বলো উমি উমি
নিজক লাগে তুমি তুমি
তুমিযে দুৰণীৰ তৰা
নেপাওঁ মই নামনীৰ পৰা
তুমিযে দুৰণীৰ তৰা
নেপাওঁ মই নামনীৰ পৰা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
কিয়ো চকুয়ে চালা
চাই কিবা জানো বুজি পালা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা
মই বহাগৰ ডেউকাত উৰা
তোমাৰে মনৰ বতৰা

কিয়ো চকুয়ে চালা

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.