Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

কপৌ পাঁহি তোৰে খোপাত

কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি চেনাই
মই হে বুজি পাওঁ
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়
কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি
মই হে বুজি পাওঁ চেনাই
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়
তাক তাক টাকুৰী ঘুৰাদি
লাহি ককালটি ঘুৰাই
বিহুতলী শুৱনি
কৰো যেতিয়াই
তাক তাক টাকুৰী ঘুৰাদি
লাহি ককালটি ঘুৰাই
বিহুতলী শুৱনি
কৰো যেতিয়াই
মই ঢোলটি বজাই ভাল পাওঁ
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়
কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি চেনাই
মই হে বুজি পাওঁ
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়
কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি
মই হে বুজি পাওঁ চেনাই
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়

কেৰুমণি ঠুৰীয়া
আৰু গাম খাৰু পিন্ধিলে
মূগাৰে সাঁজ পিন্ধি তই
নাচনী জনী হলে
কেৰুমণি ঠুৰীয়া
আৰু গাম খাৰু পিন্ধিলে
মূগাৰে সাঁজ পিন্ধি তই
নাচনী জনী হলে
মই আপোন আপোন গোন্ধ পাওঁ
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি চেনাই
মই হে বুজি পাওঁ
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই
হেপাহ নপলায়
কপৌ পাঁহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি
মই হে বুজি পাওঁ চেনাই
তোলৈ বাৰে বাৰে চাওঁ
কিয়ো চাই চাই
হেপাহ নপলায়
কিয়ো চাই চাই

হেপাহ নপলায়

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.