এই লোহিত কাবেৰী
এই লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে
নগৰে
কৈ যায় যায় কৈ
লোহিত
কাবেৰী
সিন্ধু
গংগা
বৈ যায় বৈ
তাৰ লহৰে লহৰে
চহৰে
নগৰে
কৈ যায় যায় কৈ
এই লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায় বৈ
মই মিলি যাম
এই দেশৰ ধুলিত
মিলি
যাম এই
সাৰুৱা
মাটিত
মই মিলি যাম
এই দেশৰ ধুলিত
মিলি
যাম এই
সাৰুৱা
মাটিত
মিলি
যাম মই
পাহাৰে
ভৈয়ামে
পাহাৰে
ভৈয়ামে
সেউজী
সেউজী
সেউজী
হৈ
সেউজী
সেউজী
সেউজী
হৈ
এই লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে
নগৰে
কৈ যায় যায়কৈ
লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায়বৈ
এই মাটিতে মেলিলো নয়ন
মাটিতেই
হওঁক শান্তি শয়ন
এই মাটিতে মেলিলো নয়ন
মাটিতেই
হওঁক শান্তি শয়ন
এই মাটিতে মানৱী প্ৰেমৰ
এই মাটিতেই মানৱী প্ৰেমৰ
বন্তি
উজলে পোহৰ হৈ
এই মাটিতেই মানৱী প্ৰেমৰ
বন্তি
উজলে পোহৰ হৈ
মই মিলি যাম নীল
সাগৰে
সাগৰে
মিলি
যাম সোণ
পথাৰে
পথাৰে
মই মিলি যাম নীল
সাগৰে
সাগৰে
মিলি
যাম সোণ
পথাৰে
পথাৰে
উৰি ৰম মই
আকাশে
বতাহে
উৰি ৰম মই
আকাশে
বতাহে
ৰঙা গোলাপৰ
সুবাস
হৈ
ৰঙা গোলাপৰ
সুবাস
হৈ
এই লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে
নগৰে
কৈ যায় যায় কৈ
লোহিত
কাবেৰী
সিন্ধু
গংগা
বৈ যায় যায় বৈ
মই আকৌ আহিম
দেশৰ
বাবে
আহিম
আকৌ
দহৰ বাবে
মই আকৌ আহিম
দেশৰ
বাবে
আহিম
আকৌ
দহৰ বাবে
নসমাজৰ
আচনি লৈ
নসমাজৰ
আচনি লৈ
পুনুঃ
মিলি যাম মই
দেশৰ
ধুলিত
মিলি
যাম মই
সাৰুৱা
মাটিত
পুনুঃ
মিলি যাম মই
দেশৰ
ধুলিত
মিলি
যাম মই
সাৰুৱা
মাটিত
অনু পৰমাণু হৈ
অনু পৰমাণু হৈ
এই লোহিত কাবেৰী
সিন্ধু
গংগা
বৈ যায় বৈ
তাৰ লহৰে লহৰে
চহৰে
নগৰে
কৈ যায় কৈ
লোহিত
কাবেৰী
সিন্ধু
গংগা
বৈ যায় বৈ
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.