মৰ আউসীৰ ৰাতি
ফেচাই
কুৰুলিয়ায়
ঘৰ জেউতিৰ হাহি
নুমায়
মৰহি যায়
আল্লাক
সাৰথী
কৰাহে
বান্ধৈ
আল্লাক
সাৰথী
কৰাহে
বান্ধৈ
দেহৰে
ভৰসা নাই মোৰ আল্লা
জীৱৰে
তৰনী নাই মোৰ আল্লা
দেহৰে
ভৰসা নাই
দুনিয়া
এদিনৰ
দুনিয়া
দুদিনৰ
দুনিয়া
ফুলনী বাৰী
ঘুণীয়া
শৰীৰত
জোৱাৰৰ
তেজ নাই
সময়বোৰ
নাহে যে
ঘুৰি
মোৰ আল্লায়
জীৱৰে
তৰনী নাই মোৰ আল্লা
দেহৰে
ভৰসা নাই
ঘৰৰ কাষৰে
জাতি
বাহ এজুপি
সিয়ো
মোৰ সদোৰৰ ভাই
জীয়াই
থাকো মানে
কৰো কাথি কামি
মৰিলে
লগতে
যায় মোৰ আল্লা
জীৱৰে
তৰনী নাই
মোৰ আল্লা
দেহৰে
ভৰসা নাই
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.