মোৰ দুচকুলে চোৱা
মোৰ দুচকুলে চোৱা ঘনে
ঘনে
পাইছা
জানো মোৰ মন
তোমাৰে
লিহিৰি মনৰে বাতৰি
উমানতে
পালো গম ।
কি যাদু কৰিলা মোকে
মনে মনে
বনজুই
জ্বলালা গাত
ফাগুনৰ
বতৰে বনজুই জ্বলালে
দোষ নাই মোৰে অ’
গাত ।
সঁচাই
ভাল পোৱাতো মোক
সন্দেহৰ
থল ক’তে
মধুৰ
কথাত সঁজাতে নাই
প্ৰতিশ্ৰুতি
দুচকুতে
সদায়
কাষতে থাকিবানে
অচিনকৈ
নদীতে পানচৈ উটালা
এতিয়া
কঁপিছে মন ।
তোমাক
জানো জীৱনতে পাম
নদী বয় সাগৰলৈ
ময়ো নদী কৰিছো পণ
স্বাগতম্
জীৱনলৈ
বাধাৰ
শিলনি কেনেকে যাম
কাঁইটৰ
মাজতে পিৰীতি পাহৰি
জিলিকে
সেন্দুৰী ৰং ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.