Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

বৰষা তুমি আহা

বৰষা তুমি আহা
বৰষা তুমি আহা
জিৰি জিৰি আহানা
মৰহা এই ফুলনি
সেউজী কৰানা
বৰষা তুমি আহা
জিৰি জিৰি আহানা
মৰহা এই ফুলনি
সেউজী কৰানা

সাগৰ পাৰত চোৱা
তপত বলুকা ভৰা
তুমি আহি মৰমেৰে
শীতলাই তোলানা
সাগৰ পাৰত চোৱা
তপত বলুকা ভৰা
তুমি আহি মৰমেৰে
শীতলাই তোলানা
বৰষা তুমি আহা
জিৰি জিৰি আহানা
মৰহা এই ফুলনি
সেউজী কৰানা

সুদৰৰ বন বননিত
কতো যে তৃষাতুৰা
তুমি আহি পৰশেৰে
উতলাই তোলানা
সুদৰৰ বন বননিত
কতো যে তৃষাতুৰা
তুমি আহি পৰশেৰে
উতলাই তোলানা
উতলাই তোলানা
বৰষা তুমি আহা
জিৰি জিৰি আহানা
মৰহা এই ফুলনি
সেউজী কৰানা

ওওওওওওওওওওও

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.