Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

বিলতে হালিছে ধুনীয়া পদুমী



বিলতে হালিছে ধুনীয়া পদুমী

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল ।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল ।
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ ।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ ।
দূৰ দূৰণিতে জুৰিটি নাচিছে
দূৰ দূৰণিতে জুৰিটি নাচিছে
জিৰি জিৰি কৈ ।
নিজান বননিতে কেতেকী চৰায়ে
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰৈ ।
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ ।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ ।
দূৰ দূৰণিতে জুৰিটি নাচিছে
দূৰ দূৰণিতে জুৰিটি নাচিছে
জিৰি জিৰি কৈ ।
নিজান বননিতে কেতেকী চৰায়ে
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰৈ ।
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
বিলতে হালিছে ধুনীয়া পদুমী

ফুলনিত ফুলিছে ফুল ।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.