যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি
জানো জানা ?
যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি
জানো জানা ?
আবেগৰ
চকুলো বোৰ, কলিজাত শুকালে
মোৰ
কিয় জানো জানা ?
যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি
জানো জানা ?
যেতিয়া
দূৰ দূৰণিৰ ঘৰমুৱা পখী
উৰে,
দূৰণিৰ
মৰমী তোমালে মোৰ, কিয়
যে মনত পৰে
।
সন্ধিয়া
জোন তৰাৰে আকাশ ভৰি
পৰে
দূৰণিৰ
মৰমী তোমালে মোৰ, কিয়
যে মনত পৰে
।
হিয়া
মোৰ উকা হৈ পৰে
জোনাকত
মন নভৰে ।
যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি
জানো জানা ?
সেমেকা
দুটি চকুৰে, অবুজ ভাষাটিৰে
বিদায়
বেলাৰে মুখনিলৈ, কিয় যে
মনত পৰে ।
নিশাটি
আহে নীৰৱে, তমসা ভৰি
পৰে
বিদায়
বেলাৰে মুখনিলৈ, কিয় যে
মনত পৰে ।
হিয়া
মোৰ উকা হৈ পৰে
জোনাকত
মন নভৰে ।
যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি
জানো জানা ?
আবেগৰ
চকুলো বোৰ, কলিজাত শুকালে
মোৰ
কিয় জানো জানা ?
যদি কেতিয়াবা অকলে
জ্বলে
বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন
লে
তুমি জানো জানা ? তুমি জানো জানা
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.