মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ
কথাকে কবলৈ
আছেনে
সময় তোমাৰ
সমীৰৰ
খবৰ শুনাৰ
অধীৰ
নহবা অন্জনা
গীতৰ
গভীৰ বেদনা
মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ
কথাকে কবলৈ
মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ
কথাকে কবলৈ
আছেনে
সময় তোমাৰ
সমীৰৰ
খবৰ শুনাৰ
অধীৰ
নহবা অন্জনা
গীতৰ
গভীৰ বেদনা
শুনাবো
খূজিছো অন্জনা
তুমি
শুনা নাই
তুমি
শুনা নাই
আছে শান্ত শিষ্ট দুষ্ট
প্ৰিয়ো
উচ্ছ
মধ্য তুচ্ছ্য
ও কলা বগা বাট
শান্তি
আছে সকলোৰে শুদ্ধ শ্ৰী
মহা সূখতো কিয়োনো দূখী
দূখতো
সদায়ে সুখী
এই সকলো কায়াৰে আছে
ছায়া
সকলো
কায়াৰে ছায়া কলা
কলা বুলি সবাকে কোৱা
নাই
তুমি
কোৱা নাই
তুমি
কোৱা নাই
মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ
কথাকে কবলৈ
আছেনে
সময় তোমাৰ
সমীৰৰ
খবৰ শুনাৰ
অধীৰ
নহবা অন্জনা
গীতৰ
গভীৰ বেদনা
শুনাবো
খূজিছো অন্জনা
তুমি
শুনা নাই
তুমি
শুনা নাই
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.