সময় গতিশীল
সময় গতিশীল
নতুন
সিনো হয়যে
নতুন
সিনো হয়যে
অতীত
পূৰণী
অতীত
পূৰণী
ওচৰ হয় গতিতে
ওচৰ হয় গতিতে
সুদুৰ
দূৰণী
সুদুৰ
দূৰণী
সময় তোকে ৰাখিম মই
যে
সময় তোকে ৰাখিম মই
যে
ভৰাই
মোৰ কৰণীত
ৰচিম
মই সময় পাততে
ৰচিম
মই সময় পাততে
সাহৰ
নকাহিনী
অতীত
যায় বাটেৰে
অতীত
যায় বাটেৰে
তিয়াই
দুবৰি
তিয়াই
দুবৰি
নতুন
সিনো আহেযে
তাকেই
গচকি
ৰাখিম
ধৰি মোৰ সুৰেৰে
ৰাখিম
ধৰি মোৰ সুৰেৰে
নতুন
আৰু পুৰনি
সাজিম
এই দুয়োৰে
সাজিম
এই দুয়োৰে
নতন সুৰ বাহিনী
নতুন
সিনো হয়যে
অতীত
পূৰণী
সময় গতিশীল
সময় গতিশীল
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.