Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মাইজান তোকে মই দেখা পাই

মাইজান তোকে মই দেখা পাই
মাইজান ৰাতি টোপনী নাই
মাইজান মোৰ বুকু চমে চমায়
মাইজান মোৰ বুকু চমে চমায়
মাইজান তোকে মই দেখা পাই
মাইজান ৰাতি টোপনী নাই
মাইজান এয়া....... বহাগৰ
মাইজান মন উৰা বতৰ
মাইজান মোৰ মন তোৰ কাষলৈ উৰি যায়
মাইজান মোৰ মন তোৰ কাষলৈ উৰি যায়

মন ফুলনীত আজি
বহাগে দোলোনী লগায়
হিয়া উথলি উঠে
তোৰে সঁহাৰি পায়
মন ফুলনীত আজি
বহাগে দোলোনী লগায়
হিয়া উথলি উঠে
তোৰে সঁহাৰি পায়
মাইজান দেহা
থাকে মানে
মাইজান পিৰিতি তই কৰিবি
মাইজান দেহা গলে বেহাউ যায়
মাইজান দেহা গলে বেহাউ যায়

তোৰ চকুলৈ চায়
হেপাহ মোৰে নপলায়
তোৰে হাঁহিটিযে পাই
হিয়া মোৰ জুৰ পৰি যায়
তোৰ চকুলৈ চায়
হেপাহ মোৰে নপলায়
তোৰে হাঁহিটিযে পাই
হিয়া মোৰ জুৰ পৰি যায়

মাইজান জীৱন থাকে মানে
মাইজান পিৰিতি তই কৰিবি
মাইজান দেহা গলে বেহাউ যায়
মাইজান দেহা গলে বেহাউ যায়

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.